W7S News: নিউজডেস্ক: সপ্তৰ্ষি গোষ্টীৰ সৌজন্যত আজি উজান বজাৰত প্ৰাক- ভোগালী মেলাৰ আয়োজন কৰে। "শীতৰ এদিন "নামৰ নামৰ অনুষ্ঠানটোৰ জৰিয়তে মহিলা সকলৰ মাজত কবিতা ,বিহুগীত আৰু বিভিন্ন ধৰনৰ প্ৰতিযোগিতাৰ লগতে লটাৰী খেলৰো আয়োজন কৰে । অনুষ্ঠানটোৰ আঁত-ধৰে হিৰণ্যময়ী বৰুৱা আৰু বীণা বৰাই।
No comments:
Post a Comment