ভৰলুমুখত ফেট টাইগাৰ এক্সক্লুশ্বিভ কিউ এছ আৰ কেফে মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 25 January 2023

ভৰলুমুখত ফেট টাইগাৰ এক্সক্লুশ্বিভ কিউ এছ আৰ কেফে মুকলি

 



W7s news,,,,গুৱাহাটী : দিল্লীৰ ফেট টাইগাৰ ইণ্ডিয়া নামৰ ব্ৰেণ্ডটোৱে অলপতে গুৱাহাটীৰ এ টি ৰোডৰ ভৰালুমুখত ইয়াৰ এক্সক্লুশ্বিভ কিউ এছ আৰ কেফে মুকলি কৰে। উদ্দ্যোমী মহিলা ৰিংকী কলিতাৰ উপস্থিতিত এ এম টেলিভিছনৰ সঞ্চালক ড° আকশাতা নাৰেইনে এই বিশেষ কেফে উদ্বোধন কৰে। কেফে ভাৰপ্ৰাপ্ত যোগেশ মহেশ্বৰীয়ে কয ফট টাইগাৰ ইণ্ডিয়া পৰিচালক চাহিল আৰ্য আৰু সহজ চোপ্ৰাৰ হয়। মহেশ্বৰীয়ে কয় ‘আমি মুখ্যতঃ চাহ, মোমো আৰু আহাৰ পৰিৱেশন কৰিম। আমাৰ চাহৰ বিশেষত্ব হৈছে এইচৰ সৈতে পৰিৱেশন কৰা চিজোছ'। ইয়াৰোপৰি উপলব্ধ হৈছে বাবেল চাহ, যি চাহ ববা পালছৰে তৈয়াৰ কৰা হয়, যিবোৰ একেবাৰে অনন্য। একেদৰে সাধাৰণ মোমোৰ লগতে বিভিন্ন ধৰণৰ সোৱাদযুক্ত বিশেষকৈ সম্পূৰ্ণ ঘেঁহুৰ মোমো, ইটালিয়ান মোমো, কুকুৰে মোমো আৰু বাঅ'জি মোমো উপলব্ধ হৈছে। তেওঁ লগতে কয় যে আমাৰ বাটিৰ আহাৰ য'ত গ্ৰহক এজনে মুখ্যতঃ (চাউল-নুডল্‌ছ) বাছনি কৰিব পৰিব। আমাৰ সকলো সামগ্রী ডিছপোজেবল পেকেজিঙত পৰিৱেশন কৰা হ'ব আৰু আমাৰ পেকেজিং অতি উৎকৃষ্ট আৰু অনন্য প্ৰকৃতিৰ। আমি সুৰক্ষা আৰু পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছো। তেওঁ আৰু কয় যে আমাৰ কিউ এছ আৰ কেফেত ২০জন লোক বহিব পৰা ক্ষমতা আছে। গ্রাহকসকলে জন্মদিন, বার্ষিকী, সৰু গেট-টুগেডাৰ আদিৰ বাবেও আগতীয়াকৈ বুকিং কৰিব পাৰিব। ছুইগি আৰু জোমাটোতো কিউ এছ আৰুৰ খাদ্য উপলব্ধ হৈছে। আমি সকলো খাদ্যপ্রেমীক ফেট টাইগাৰ কিউ এছ আৰ কেফেত খাদ্যৰ লগতে পৰিৱেশনৰ অভিজ্ঞতা ল'বলৈ অনুৰোধ জনাইছো।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here