দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 21 January 2023

দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

 


W7s news গুৱাহাটী : পূৰ্বোত্তৰ পৰদেশী আগৰৱাল সন্মিলনৰ উদ্যোগত শনিবাৰে গুৱাহাটীৰ  ছাত্ৰীবাৰীত

দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। এই কাৰ্যসূচীত সন্মিলনৰ সভাপতি ৰমেশ কুমাৰ চিট্টাৱত,সম্পাদক নন্দলাল বজাজ, সদস্য সুৰন্দৰ বজাজ, মনোজ গোৱেল, ৰবি আগৰৱাল, অনুৰাগ বজাজ আদি উপস্থিত থাকে


। এই খাদ্য বিতৰণ কাৰ্যসূচী শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।তেওঁলোকে ভোগালী বিহুৰ সময়তো খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে লকডাউনৰ সময়ত বহু দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী, কম্বল আদি বিতৰণ কৰিছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here