W7s news গুৱাহাটী: পূৰবী ডায়েৰী পৰিয়াল বৰ্গই গীত-মাত আৰু সমূহীয়াভাবে ভোগালীৰ জ-জলপান পৰিবেশন কৰি প্ৰাক্ ভোগালী বিহু পালন কৰে। অনুষ্ঠানত উপস্থিত থকা ৱামুলৰ পৰিচালনা সঞ্চালক সত্যব্ৰত বসুবে উপস্থিত পূৰবী ডায়েৰী পৰিয়াল বৰ্গক ভোগালী বিহুৰ শুভেচ্ছা জনায়।

No comments:
Post a Comment