W7s news ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী খ্ৰীষ্টানবস্তি স্থিত গ্ৰেটৱে গ্ৰেণ্ডিয়ৰত মঙলবাৰে অসম ভলীবল সন্থাই এখন সংবাদমেলৰ আয়োজন কৰে।ভভাৰতীয় ভলীবল ফেডাৰেচনৰ দ্বাৰা আবণ্টিত গুৱাহাটীত অনুষ্ঠিত হব লগা ৭১ সংখ্যক ৰাষ্ট্ৰীয় চিনিয়ৰ ভলীবল প্ৰতিযোগীতাখন সবাংৰ্গ সুন্দৰ ৰুপত সফল কৰিবলৈ অসম ভলীবল সন্থাৰ তৰফৰ পৰা সকলো ৰাইজৰ সহযোগি
তা কামনা কৰিছে।অহা ২ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডৰ ষ্ঠেডিয়ামত অনুষ্ঠিত হব এই ভলীবল প্ৰতিযোগীতাখন।
No comments:
Post a Comment