অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বাৰ্নাডেট জনছন ৰাজকুমাৰৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 28 November 2022

অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বাৰ্নাডেট জনছন ৰাজকুমাৰৰ মৃত্যু

 



W7s news গুৱাহাটী : সৰবৰহী মহিলা তথা 

অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বাৰ্নাডেট জনছন

ৰাজকুমাৰৰ দেওবাৰে বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। বাধ্যক‍্যজনিত কাৰণত মৃত্যু হোৱা ৰাজকুমাৰৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৩ বছৰ। যোৰহাটৰ লিচুবাৰী নিবাসী বাৰ্নাডেট জনছন ৰাজকুমাৰে  ২৭ বছৰ  উত্তৰ-পূৰ্বাঞ্চলৰ 

বিভিন্ন মিছনাৰী স্কুলত শিক্ষকতা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ যোৰহাটৰ কাৰ্মেল বিদ্যালয়ত শিক্ষকতা কৰি তাৰপৰা অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ সময়ত তেওঁ চাৰিজন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীক এৰি যায়। যোৰহাটৰ চিনামৰা শ্মশানত পৰিয়ালৰ লোক আৰু আত্মীয় স্বজনৰ উপস্থিতিত তেওঁক


শেষ বিদায় দিয়া হয়। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here