ৰাজনীতি- পাৰ্ট ১ৰ 'ইনকিলাব' শীৰ্ষক গীত মুকলি* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 21 November 2022

ৰাজনীতি- পাৰ্ট ১ৰ 'ইনকিলাব' শীৰ্ষক গীত মুকলি*




*


W7s news,,,*গুৱাহাটী:  নেক্সষ্টাৰ ষ্টুডিঅ'জ প্ৰযোজিত বহু তাৰকাবিশিষ্ট অসমীয়া চলচ্চিত্ৰ 'ৰাজনীতি- পাৰ্ট ১'ৰ 'ইনকিলাব' শীৰ্ষক এটি গীত আজি গুৱাহাটীৰ ছয়মাইলস্থিত বৃন্দাৱন মাৰ্কেটত মুকলি কৰা হয়। অনুষ্ঠানত চলচ্চিত্ৰখনৰ পৰিচালক মনুজিৎ শৰ্মা, বিশিষ্ট শিল্পী জুবিন গাৰ্গ, বিশিষ্ট সাংবাদিক শিবানু বৰা, প্ৰযোজকদ্বয় অসীম নাথ আৰু বিকাশ সাহা, সংগীত পৰিচালক জয়ন্ত কাকতি, বিশিষ্ট পৰিচালক ৰাজেশ ভূঞা, বিশিষ্ট অভিনেতা ৰাজীৱ গোস্বামী আদি উপস্থিত থাকে।'ইনকিলাব' শীৰ্ষক গীতটি গাইছে জুবিন গাৰ্গে। গীতটিৰ ৰচনা ৰাহুল গৌতম শৰ্মাৰ আৰু সংগীত পৰিচালনা জয়ন্ত কাকতিৰ। ৰেপ ভাৰ্ছন মিনিমিৰ ৷ মিক্স এণ্ড মাষ্টাৰ ইবছন লাল বৰুৱাৰ আৰু প্ৰগ্ৰেমিং পিকুৰ ৷ইপিনে জুবিন গাৰ্গৰ ৫০ বছৰীয়া জন্মদিনৰ দিনা যোৰহাটত চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here