W7s news মুম্বাই: বলিউডৰ প্ৰবীণ অভিনেতা বিক্রম গোখলেৰ বুধবাৰে মৃত্যু হয়। দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে মৃত্যু হোৱা অভিনেতাজনৰ মৃত্যুৰ সময়ত বয়স আছিল ৮২ বছৰ। পুনেৰ দীননাথ মংগেশকাৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে গোখলে। তেওঁ বিগত ১৫ দিন ধৰি গুৰুতভাৱে অসুস্থ হৈ আছিল। তেওঁৰ মৃত্যুত বলিউডত শোকৰ ছাঁ পৰে। #bollywood #vikramgokhle #died
 
 
 

 
 
 
No comments:
Post a Comment