ইণ্ডিয়ান ডাৰ্ট ফেষ্টিভেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 26 October 2022

ইণ্ডিয়ান ডাৰ্ট ফেষ্টিভেল

 



Being creative আৰু Motorsport Inc ৰ উদ্যোগত ২৯ অক্টোবৰত অনুষ্ঠিত হ'ব  ইণ্ডিয়ান ডাৰ্ট ফেষ্টিভেল। গুৱাহাটী স্থিত গ্ৰীণউড ৰিজৰ্টত অনুষ্ঠিত হব এই অনুষ্ঠান । অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী NUCLEYA আৰু অন্য ছয়টা শিল্পীৰ দলে অনুষ্ঠান পৰিবেশন কৰিব । Motorsports আৰু এই ক্ৰীড়াৰ প্ৰতি  মহিলাসকলক আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে এই মেগা ইভেণ্টৰ আয়োজন কৰা হৈছে । এই ইভেণ্টত প্ৰথমবাৰৰ বাবে অংশগ্ৰহন কৰিব LGBT community য়ে । অনুষ্ঠানত সংগীত আৰু মটৰ স্পৰ্টছৰ সংযোজন ঘটিব বুলি বুধবাৰে সংবাদমেলত সদৰী কৰে উদ্যোক্তাই । ব্যতিক্ৰমী এই অনুষ্ঠানত ৰেচিঙক মনোৰঞ্জক কৰি তুলিবলৈ সম্পৰীক্ষা চলোৱা হৈছে বুলিও উদ্যোক্তাই জানিবলৈ দিয়ে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here