W7s news গুৱাহাটী: ৰাজ্য জুৰি বুধবাৰে গোবর্ধন পূজাৰ আয়োজন কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ লাচিত নগৰস্থিত শ্রী হনুমান মন্দিৰত গোৱর্ধন পূজাৰ আয়োজন কৰা হয়। এই উপলক্ষে পূজা অৰ্চনা, আৰতিৰ লগতে অন্নকূট মহাপ্রসাদৰ আয়োজন কৰা হয়। শ্রী হনুমান সেবা নিধি ট্রাস্টৰ উদ্যোগত আয়োজন কৰা এই পূজাত ট্ৰাষ্টৰ মহামন্ত্ৰী ওম প্ৰকাশ চৌধুৰী, মন্ত্ৰী অশোক আগৰৱালা (ভূত), ট্ৰাষ্টী ক্ৰমে কৈলাশ লোহিয়া, ওম প্ৰকাশ খণ্ডেলৱাল, প্ৰদীপ আগৰৱালৰ অন্যান্য বহু ভক্ত উপস্থিত থাকে। গোৱ
র্ধন পূজা উপলক্ষে উপস্থিত ভক্তসকলৰ মাজত অন্নকূট মহাপ্রসাদ বিতৰণ কৰা হয়।
No comments:
Post a Comment