ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধিৰ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 23 October 2022

ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধিৰ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

 





W7s news ষ্টাফৰিপোৰ্টাৰ: ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধিৰ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই বৃদ্ধি ২০২২ বৰ্ষৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ'ব আৰু চলিত মাহৰ দৰমহাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে এই বৰ্দ্ধিত মৰগীয়া বানচ লাভ কৰিব ৷এই উৎসৱৰ এই সময়চোৱা অধিক আনন্দমধুৰ কৰি তুলিব বুলি আশা প্ৰকাশ মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীয়ে লগতে সমূহ ৰাজ্যবাসীলৈ পোহৰৰ উৎসৱ দীপান্বিতা তথা কালী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ৷ পোহৰৰ এই উৎসৱে জীৱনৰ ৰং উদ্ভাসিত কৰাৰ লগতে ঘৰে ঘৰে আনন্দ আৰু উৎসাহৰ বতৰা বিয়পাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here