ইণ্ডিয়া অপেন এয়াৰ ২০২২ শীৰ্ষক সংগীতৰ অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 16 September 2022

ইণ্ডিয়া অপেন এয়াৰ ২০২২ শীৰ্ষক সংগীতৰ অনুষ্ঠান

 



W7s news গুৱাহাটী: ইণ্ডিয়া অপেন এয়াৰ ২০২২ শীৰ্ষক সংগীতৰ এক অনুষ্ঠান গুৱাহাটীৰ পাৰ্শ্বৱতী সোণাপুৰত আয়োজন কৰা হৈছে-শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে ই ৩৬৫ গ্রুপ অৱ কোম্পানীজৰ মুখ্য কাৰ্যবাহী বিষয়া কিঞ্জল ভট্টাচাৰ্যই।তেওঁ লগতে কয়-এই সংগীতৰ অনুষ্ঠান ২৭ নৱেম্বৰত বিয়লি ৩ বজাৰ পৰা নিশা ১০ বজালৈ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত আন্তৰ্জাতিক বেণ্ড এটাই অংশগ্ৰহণ কৰিব। ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিকৰ সম্বন্ধয় ঘটিব। এই অনুষ্ঠানত ১৫ ৰ পাৰ ২০ হাজাৰ লোকৰ সমাগম হ'ব বুলি আশা কৰিলোঁ।' সং বাদ মেলত ৰকাৰোলা ইভেণ্টৰ প্ৰতিষ্ঠাপক দেৱজ্যোতি কোচ,প্ৰিয়ংক গগৈ, গৌতম চৌধুৰী উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here