সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 8 September 2022

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন উদযাপন

 




W7s news ষ্টাফৰিপোৰ্টাৰ :- পূব গুৱাহাটী বিহু সম্মিলনৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ‍্যক জন্মদিন উদ্‌যাপন কৰা হয়। সম্মিলনৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই আতধৰা অনুষ্ঠানৰ আৰম্ভনিতে ড০ ভূপেন হাজৰিকাৰ প্রতিচ্ছুবিৰ সন্মুখত বন্তি প্রজ্জ্বলন কৰে সম্মিলনৰ সভাপতি বিপুল তালুকদাৰে। ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰতি  সম্মিলনে শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সন্মিলনৰ সভ্য সকলক দ্বাৰা ড০ ভূপেন হাজৰিকাৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ শেষত সকলে সদস্যই সমবেত কন্ঠত 'মানুহে মানুহৰ বাবে' শীৰ্ষক গীত পৰিবেশন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here