জিৰো সংগীত মহোৎসৱ আৰু ইয়াৰ সহযোগী ছিগনেচাৰ পেকেজড ড্ৰিংকিং ৱাটাৰৰ সৈতে প্ৰকৃতিৰে মিলিত হওক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 27 September 2022

জিৰো সংগীত মহোৎসৱ আৰু ইয়াৰ সহযোগী ছিগনেচাৰ পেকেজড ড্ৰিংকিং ৱাটাৰৰ সৈতে প্ৰকৃতিৰে মিলিত হওক



অৰুণাচল প্ৰদেশৰ জিৰো ভেলীত আয়োজন কৰা ভাৰতৰ আটাইতকৈ সেউজীয়া আউটডোৰ মিউজিক ফেষ্টিভেলৰ বাবে সাজু হওক

W7s news: বিগত কিছু বছৰত আমি প্ৰকৃতিৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ ব্যাকুল হৈ পৰিছোঁ । আমাৰ মন-মগজু আৰু আত্মাক সুস্থ কৰি আমাৰ ইন্দ্ৰিয় সক্ৰিয় কৰি তুলিব পৰা অভিজ্ঞতাৰ সন্ধান কৰাটো আমাৰ নিৰ্বাচিত তালিকাৰ শীৰ্ষত আছে । এনে এক গন্তব্যস্থল হৈছে অৰুণাচল প্ৰদেশৰ জিৰো উপত্যকাত অনুষ্ঠিত হৈ অহা দেশৰ ভিতৰতে আটাইতকৈ সেউজীয়া আৰু সৰ্বোত্তম আউটডোৰ মিউজিক ফেষ্টিভেল । দুটা দীঘলীয়া বছৰৰ বিৰতিৰ পিচত পুনৰ ঘূৰি আহিছে জিৰো সংগীত মহোৎসৱ আৰু ইয়াৰ সচেতন সহযোগী হিচাপে আছে ছিগনেচাৰ পেকেজড ড্ৰিংকিং ৱাটাৰ, যিয়ে এই মিউজিক ফেষ্টিভেলক অধিক বৃহৎ আৰু অধিক উপভোগ্য কৰি তোলাৰ প্ৰতিশ্ৰুতি দিছে ।২ বছৰৰ দীঘলীয়া সময়ৰ পিচত অনুষ্ঠিত হ’বলগা এই ৪ দিনীয়া সংগীত মহোৎসৱ হৈ পৰিব প্ৰথমটো বিগ-টিকেট মিউজিক ফেষ্টিভেল । জিৰোৰ সংগীত মহোৎসৱে বিশ্বৰ সংগীতৰ জগতখনৰ পৰা আটাইতকৈ প্ৰামাণিক অভিব্যক্তিসমূহ কঢ়িয়াই আনি সকলোকে অনুপ্ৰাণিত কৰিব আৰু স্থানীয় তথা গ্লবেল ইণ্ডি প্ৰতিভাসমূহৰ বাবে এখন সঠিক মঞ্চ প্ৰদান কৰিব । এই প্ৰচেষ্টাত উৎসৱৰ অংশীদাৰ হৈছে ছিগনেচাৰ পেকেজড ড্ৰিংকিং ৱাটাৰ, যিয়ে এখন নেদেখা, নোপোৱা পৃথিৱীৰ পিচতে দৌৰি থকাৰ বিপৰীতে নিজৰ স্বকীয়তা বজাই ৰখা লোকৰ জীৱন উদযাপন কৰে আৰু সেয়ে তেওঁলোকৰ নিজা ছিগনেচাৰ লাভ কৰে । এই মহোৎসৱত দৰ্শকে এনেধৰণৰ প্ৰথমে ছিগনেচাৰ ডেনি (ডে’) ষ্টেজ দেখিবলৈ পাব, যি হৈছে এই অঞ্চলটোৰ জনজাতিসকলৰ চহকী ঐতিহ্যৰ উদযাপন । ইয়াত  প্ৰাণবন্ত ড° ডেকলান অপ্পেনহেইমাৰ, বিদূষী ড° কমলা শংকৰ “দা ছিংগিং লেডী” আৰু তাইৰ শাস্ত্ৰীয় গীটাৰ পৰিবেশন, লোক আৰু ৰক সংগীতৰ সংমিশ্ৰণৰ জৰিয়তে ডেভিড অংগুৰ আপাতনি জনজাতিৰ  পুৰণি লোক সংগীত আৰু খাচী মিউজিক লাইভৰ অনন্য ছন্দ আৰু শব্দৰ সংমিশ্ৰণেৰে ডা মিন্টোৰ ছাউণ্ডস্কেপৰ দৰে জনপ্ৰিয় ইণ্ডি শিল্পীৰ অনুষ্ঠান পৰিবেশন কৰা হ’ব । ডেনি (জনজাতীয় ভাষাত সূৰ্য্য ঈশ্বৰৰ দ্বাৰা অনুপ্ৰাণিত) পৰ্যায়ে ছিগনেচাৰৰ বহনক্ষমতাৰ প্ৰতি থকা দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিব কাৰণ ইয়াক প্ৰাকৃতিকভাৱে উপলব্ধ বাঁহৰ পৰা নান্দনিকভাৱে নিৰ্মাণ কৰা হ’ব, যাৰ ফলত উপত্যকাৰ চাৰিওফালে থকা বিচিত্ৰ সম্প্ৰদায়সমূহক শ্ৰদ্ধা জনোৱা হ’ব ।এই  সময়ছোৱাত জিৰোলৈ যাত্ৰা কৰাসকলে বহুৰঙী ধাননি পথাৰ, পূৱ হিমালয়ৰ ৰেঞ্জ আৰু চিৰ আদৰণীয় স্থানীয় লোক আৰু আপাতানি জনজাতিৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰি উৎসৱৰ সময়ছোৱাক অধিক ৰসাল কৰি তুলিব পাৰিব । জিৰো সংগীত মহোৎসৱ আৰু ছিগনেচাৰ পেকেজড ড্ৰিংকিং ৱাটাৰ দুয়োয়ে এক সেউজীয়া ধৰণী আৰু জনসাধাৰণক প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰাবলৈ প্ৰতিশ্ৰুতিবদ্ধ । এই কথা মনত ৰাখিয়েই ছিগনেচাৰে উৎসৱত প্লাগিং ৰাতিপুৱাৰ আয়োজন কৰিব, যি হ’ব নিজা সৃষ্ট আৱৰ্জনাৰ দায়িত্ব নিজে লোৱাৰ আৰু কোনোধৰণৰ নেতিবাচক প্ৰভাৱ নেপেলোৱাৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ এক কাৰ্য্য । ছিগনেচাৰে লগতে উৎসৱত এক অনন্য ৰূপত বাঁহ স্থাপন কৰাৰ ব্যৱস্থাও মুকলি কৰিছে, যাক ব্যৱহৃত গ্লাছেৰে নিৰ্মাণ কৰা হ’ব আৰু এনেদৰে উৎসৱত সামগ্ৰীক পুন:ব্যৱহাৰ উপযোগী কৰি তুলি শিল্পৰ সৃষ্টি কৰা হ’ব । জিৰোত অতিথিপৰায়ন আপাতনি জনজাতিৰ সৈতে ছিগনেচাৰৰ সংঘবদ্ধতাৰ জৰিয়তে সকলোৱে কোনো লেখ-জোখ নথকাকৈ আনন্দ উপভোগ কৰিব পাৰিব । ডিয়েজিঅ’ ইণ্ডিয়াৰ বিপণণ বিভাগৰ কাৰ্যবাহী উপাধ্যক্ষ আৰু ৰুচীৰা জেটলিয়ে কয়,”ছিগনেচাৰে এই কথা বিশ্বাস কৰে যে আমি প্ৰকৃতিৰ শ্ৰেষ্ঠত্ব উপভোগ কৰাৰ সময়তে বহনক্ষমতাৰ হোৱাৰ এক সামগ্ৰিক দৃষ্টিভংগীৰ বাবে আমি প্ৰকৃতিলৈ প্ৰতিদান আগবঢ়োৱাতোও অত্যন্ত জৰুৰী । সেয়েহে জিৰো সংগীত মহোৎসৱৰ সৈতে সহযোগিতা স্থাপন কৰাটো ব্ৰেণ্ডটোৰ বাবে অতি উত্তম আছিল, কিয়নো আৱিষ্কাৰ কৰা আৰু প্ৰকৃতিৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাৰ লগতে এক ইতিবাচক স্বাক্ষৰ এৰি যোৱাতোও আমাৰ প্ৰধান  উদ্দেশ্য । জিৰো সংগীত মহোৎসৱৰ সচেতন সহযোগী হিচাপে শিল্পীসকলক পেলনীয়া সামগ্ৰীক পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তুলি বাঁহেৰে নিৰ্মাণ কৰা এখন সঠিক মঞ্চ প্ৰদান কৰাৰ লগতে উপস্থিতসকলক প্লগিঙত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিম । আমাৰ গ্ৰাহকৰ বাবে উপভোগ্য আৰু মননশীল ভাৰতৰ এক অনন্য প্ৰান্তত এক স্মৰণীয় ক্ষণৰ বাবে জিৰোৰ সৈতে সহযোগিতা স্থাপন কৰিবলৈ পাই আনন্দিত ছিগনেচাৰ ।“ ছিগনেচাৰ পেকেজড ড্ৰিংকিং ৱাটাৰে ভৱিষ্যত প্ৰজন্মৰ বাবে এখন অধিক সেউজীয়া ধৰণী নিশ্চিত কৰি সকলোকে প্ৰকৃতিৰ প্ৰামাণিক অভিজ্ঞতাসমূহৰ সৈতে পুনৰ সংযোগ আৰু উল্লাসিত হ’বলৈ আহ্বান জনাইছে । 

অনুভৱবোৰ অনুসৰণ কৰক:: www.instagram.com/signatureexperiencesofficial ত


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here