দুৰ্গা পূজা উপলক্ষে খ্ৰীষ্টান বস্তি-কালাপাহাৰৰ এল.গোপাল জুৱেলাৰ্ছত 'মটকা ঝটকা' বাম্পাৰ অফাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 24 September 2022

দুৰ্গা পূজা উপলক্ষে খ্ৰীষ্টান বস্তি-কালাপাহাৰৰ এল.গোপাল জুৱেলাৰ্ছত 'মটকা ঝটকা' বাম্পাৰ অফাৰ

 


 

সোণৰ অলংকাৰৰ মজুৰিত 100% লৈকে ৰেহাই 


W7s news,,গুৱাহাটী

 অসম তথা উত্তৰ-পূবৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু সকলোৰে পছন্দৰ অলংকাৰৰ ব্যৱসায়ৰ শ্ব'ৰূম খ্ৰীষ্টানবস্তিস্থিত এল.গোপাল জুৱেলাৰ্ছ প্ৰা. লিমিটেডে  আগন্তুক দুৰ্গা পূজা উপলক্ষে  গ্ৰাহকৰ বাবে 'মাটকা ঝাটকা'ৰ শীৰ্ষক বাম্পাৰ অফাৰ আয়োজন কৰিছে। অনুষ্ঠানটোত বক্তব্য ৰাখি এল.গোপাল জুৱেলাৰ্ছ প্ৰা. লিমিটেডৰ স্বত্বাধিকাৰী জগমোহন চোনীয়ে কয় যে 'মটকা ঝটকা' বাম্পাৰ অফাৰ কেৱল গুৱাহাটীৰ খ্ৰীষ্টান বস্তি আৰু কালাপাহাৰত থকা   শ্ব'ৰৰূমত উপলব্ধ হব। তেওঁ লগতে কয় যে আগন্তুক দুৰ্গা পূজা উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ শ্ব'ৰূমত গ্ৰাহকসকলৰ বাবে 'মটকা ঝাটকা' অফাৰ আৰম্ভ কৰা হৈছে। এই অফাৰৰ জৰিয়তে, গ্ৰাহকসকলে সোণৰ গহনা ক্ৰয় কৰিলে মজুৰিত ওপৰত ১০০% লৈকে ৰেহাই লাভ কৰিব পাৰিব। তেওঁ আৰু কয় যে এই সুবিধা কেৱল ২ অক্টোবৰ  লৈকে অব্যাহত থাকিব।যুৱ গহনা ব্যৱসায়ী যোগেশ চোনীয়ে কয় যে আগন্তুক দুৰ্গা পূজা উৎসৱৰ বতৰ বিশেষকৈ ধনতেৰাছ, দীপাৱলীৰ লগতে বিবাহৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ শ্ব'ৰুমত বিভিন্ন ধৰণৰ নতুন সংগ্ৰহ আৰু এক্সক্লশ্বি ডিজাইনৰ আ-অলংকাৰ উপলব্ধ কৰা হৈছে। সোণ আৰু হীৰাৰ গহনাৰ উপৰিও পোলকি, যডাও, কুন্দন আদিকে ধৰি অন্যান্য আকৰ্ষণীয় জুৱেলাৰীও উপলব্ধ আছে। গ্ৰাহকসকলে কেৱল খ্ৰীষ্টানবস্তি আৰু কালাপাহাৰত থকা শ্ব'ৰূমত 'মাতকা ঝাটকা' অফাৰৰ সুবিধা ল'ব বুলি আশা প্ৰকাশ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here