দৰিদ্ৰ নাৰায়ণ সেৱা সমিতি আৰু কটন ৱািশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আলোচনাচক্ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 17 September 2022

দৰিদ্ৰ নাৰায়ণ সেৱা সমিতি আৰু কটন ৱািশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আলোচনাচক্ৰ

 




W7s news গুৱাহাটী : দৰিদ্ৰ নাৰায়ণ সেৱা সমিতি

আৰু কটন ৱািশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত

সৰ্ব্বভাৰতীয় পৰীক্ষাসমূহত অসমৰ স্থান নিম্নগামী হোৱাৰ ক্ষেত্ৰত দেওবাৰে বিশেষ আলোচনাচক্রৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্রেক্ষাগৃহত পুৱ ১০ বজাৰ পৰা দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। এই আলোচনাচক্ৰত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তা সকলে জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here