মূকাভিনয় কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 30 August 2022

মূকাভিনয় কৰ্মশালা

 




W7s news গুৱাহাটী: সংগীত নাটক অকাডেমিৰ উত্তৰ পূৱ কেন্দ্ৰই গুৱাহাটী বিশ্ববিদ্যালয়ত মূকাভিনয় কৰ্মশালা আৰম্ভ হৈছে। এই কৰ্মশালা ২৯  আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈ অনুষ্ঠিত কৰা হৈছে আৰু ৫ ছেপ্টেম্বৰত সামৰণি অনুষ্ঠান আয়োজন কৰা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here