ভাৰতীয় মাল গুদাম শ্রমিক ইউনিয়নৰ স্বাধীনতা দিৱস উদযাপন.. - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 24 August 2022

demo-image

ভাৰতীয় মাল গুদাম শ্রমিক ইউনিয়নৰ স্বাধীনতা দিৱস উদযাপন..

Responsive Ads Here

 

W

IMG-20220824-WA0007

7S News: নিউজডেস্ক:  প্ৰধান মন্ত্ৰীৰ আহ্বান অনুযায়ী হৰ ঘৰ তিৰংগা অভিযানত ভাৰতীয় মজদূৰ ইউনিয়নে ও অংশ লয় আৰু দেশৰ প্ৰায় সমগ্ৰ ৰাজ্যতে তিৰংগা বিতৰণৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে। পশ্চিম বংগৰ নৈহাটি, দানকুনি, খৰগপুৰ, ঝাৰখণ্ড, ৰাচি, উৰিষ্যাৰ ভুবেনেশ্বৰ, কটকৰ লগতে অসমৰ বৰপেটাত  মাল গুদামৰ শীৰ্ষ নেতৃত্বই উলহ- মালহেৰে ৭৫ তম স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে সংগঠনটোৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক পতকা প্ৰদান কৰে।

আজাদী কা অমৃত মহোৎসৱত

অংশ লৈ মজদুৰ ইউনিয়নক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে দেশৰ ভিন্ন ৰাজ্যৰ ঘৰে ঘৰে পতকা বিতৰণৰ যোগেদি সংগঠনটোক অৰু অধিক শক্তিশালী ৰূপত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *