শক্তিপীঠ কামাখ্যাত বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 11 August 2022

শক্তিপীঠ কামাখ্যাত বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ

 




W7s news ষ্টাফৰিপোৰ্টাৰ :নিজৰ জন্মদিন উপলক্ষে শক্তিপীঠ কামাখ্যা মন্দিৰত বৃহস্পতিবাৰে বিয়লি উপস্থিত হয় বলিউডৰ অভিনেত্ৰী, মডেল জেকুলিন ফাৰ্ণাণ্ডেজ। মা কামাখ্যাৰ শ্ৰী চৰণত বিশেষ পূজা অৰ্পণ কৰে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীক চাবলৈ ভিৰ কৰে মন্দিৰ দৰ্শনৰ বাবে অহা বহু সংখ্যক ভক্তই।

বুধবাৰে গুৱাহাটীত উপস্থিত হৈ এখন আগশাৰীৰ হোটেলত নিশা কটোৱাৰ পাছত অভিনেত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে সন্ধিয়া মুম্বাইলৈ উৰা মাৰে। মন কৰিবলগীয়া যে, মন্দিৰ দৰ্শনৰ সময়ছোৱাত সংবাদ মাধ্যমৰ পৰা দূৰত্ব বজাই চলে অভিনেত্ৰীগৰাকীয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here