আজাদী কা অমৃত মহোৎসৱ ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীৰ অংশ হিচাপে পদযাত্ৰা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 11 August 2022

আজাদী কা অমৃত মহোৎসৱ ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীৰ অংশ হিচাপে পদযাত্ৰা

 




W7s news ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী পৌৰ নিগমৰ ১৮ আৰু ৩০ নং ৱাৰ্ডৰ পাৰিষদৰ উদ্যোগত 'আজাদী কা অমৃত মহোৎস'ৱ ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীৰ অংশ হিচাপে বৃহস্পতিবাৰে এক সমদল উলিওৱা হয়। এই উপলক্ষে ৰিহাবাৰীৰ আমতলত পথত অনুষ্ঠিত এখন সভাত মূখ্য অতিথি হিচাপে পূৱ-গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্য  উপস্থিত থাকি স্বাধীনতা দিৱসৰ তাৎ পৰ্য ব্যাখ্যা কৰে। লগতে উপস্থিত লোকৰ মাজত জাতীয় পতাকা বিতৰণ কৰে।

এই কাৰ্যসূচিত ১৮ নং ৱাৰ্ডৰ পাৰিষদ শংকৰ চক্ৰৱৰ্তী, ৩০ নং ৱাৰ্ডৰ পাৰিষদ বিনীতা দত্ত চৌধুৰী ,প্ৰাণতোষ ৰয়, অৰূপ গোস্বামী, বিপ্লৱানন্দ চৌধুৰী, অসীম হাজৰিকা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।এই অনুষ্ঠানতে পূৱ-গুৱাহাটী সমষ্টিৰ বিধায়ক

সিদ্ধার্থ ভট্টাচাৰ্যই দুটা পানীৰ বৰিং উদ্ধোধন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here