মুক্তি যুঁজাৰু যতীন গোস্বামীৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 3 August 2022

মুক্তি যুঁজাৰু যতীন গোস্বামীৰ মৃত্যু

 




W7s news গুৱাহাটী : অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি,মুক্তি  যুঁজাৰু যতীন গোস্বামীৰ  বুধবাৰে পুৱা ৪.২০বজাত শিলপুখুৰীৰ কৰ্ণাচলৰ বাসগৃহত দেহাবসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৭ বছৰ। ১৯২৫ চনৰ ১৭ নৱেম্বৰত পাতাছাৰকুছিত জন্মগ্ৰহণ কৰা গোস্বামীক নৱগ্ৰহ শ্মশানত চৰকাৰী মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here