কামাখ্যা মটৰ্চত নেক্সনৰ নতুন ভেৰিয়েণ্ট এক্সএম (এই) আৰু নেক্সন ইভি প্রাইম মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 27 August 2022

কামাখ্যা মটৰ্চত নেক্সনৰ নতুন ভেৰিয়েণ্ট এক্সএম (এই) আৰু নেক্সন ইভি প্রাইম মুকলি

 


W7s news গুৱাহাটী: গুৱাহাটীস্থিত সমৃদ্ধ পি. কে. দাস ভাৰতৰ আগশাৰীৰ অট মোবাইল রেও টাটা মটছে আজি এআইডিচি কামাখ্যা মটচত বহু প্রতীক্ষিত নেক্সন পর্টফলিঅ এক নতুন ভেৰিয়েন্ট এক্সএম (এছ), আৰু নেক্সন ইভি প্রাইম মুকলি কৰে। এই মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে ঋণ, এইচ. ডি. এফ. চি. বেঙ্ক) আৰ এছ.এম. লগতে টাটা মটছৰ আঞ্চলিক প্রবন্ধক সৌমেন পল, কামাখ্যা মটৰ্চৰ সঞ্চালক যোগেশ মলহোত্রা, কামাখ্যা মতচৰ এম. ডি. ৰোহিত মলহোত্রা, টাটা মটৰ্চৰ জ্যেষ্ঠ মেনেজাৰ ঋষি খেমকা আৰু টাটা মটৰ্চৰ প্ৰডাক্ট বিশেষজ্ঞ মানস প্রতিম দত্ত উপস্থিত থাকে। অটোনেক্সন পর্টফলিঅ সমৃদ্ধ নতুন ভেৰিয়েণ্ট এক্সএম (এছ XM (s) আৰু = x2+ ৰ মাজত স্থাপন কৰা এই নতুন সংযোজনটো সুবিধাৰে ভৰপূৰ আৰু আইএনআৰ-ৰ এক আকর্ষণীয় আৰম্ভণি মূল্যত উপলব্ধ হব। বাহনখন কেলগাৰী হোৱাইট, ডেটনা গ্রে. ফ্লেম ৰেড আৰু ফলিয়েজ গ্ৰীণ ৰঙৰ বিকল্পত উপলব্ধ হ'ব। লগতে নেক্সন এক্সএম (এছ) বৈদ্যুতিক চানৰুফ, এণ্ড্ৰইড অটো আৰু এপল কাৰ প্লেৰ সৈতে ৭. ফ্লটিং ইনফ টেইনমেণ্ট চিষ্টেম, ৪ স্পীকাৰ চিষ্টেম শীতল প্রভছ বক্স, এটি ভেণ্ট ৰেইন চেন্সিং ৱাইপাৰ, অটো হেডলেম্প, ডিজিটেল ইনষ্টরুমেণ্ট ক্লাষ্টাৰ, মাল্টি ড্রাইভ মোড়, ১২ ভি পিছফালৰ পাৱাৰ চকেট আৰু এটা শ্বার্ক ফিন এন্টেনাৰ সৈতে সজ্জিত হ'ব। ইয়াৰোপৰি নেজন ইতি প্রাইমত মাল্টি-মত্ত বিজেন ককজ কন্ট্রল আই টিপিএমএছ, স্মার্টকাচ সংযোগ লাভ কৰিব। লগতে নেক্সন ইভি প্রাইম ARN প্ৰমাণিত ৰেঞ্জ- ৩১২ কিলোমিটাৰ আৰু ৮ বছৰৰ বেটাৰী আৰু মটৰৰ ৱাৰেণ্টীৰ সৈতে আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here