অ’ ফুল অ’ ফুল নুফুল কিয়” - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 25 July 2022

অ’ ফুল অ’ ফুল নুফুল কিয়”





W7s news গুৱাহাটী: অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ নাট শাখাৰ উদ্যোগত আয়োজিত গ্রীষ্মকালীন নাচ কৰ্মশালাৰ নিবেদন 'অ’ ফুল অ’ ফুল নুফুল কিয়” কবিতাৰ আধাৰত নাট্যৰূপ মঙলবাৰে মঞ্চস্থ কৰা হ'ব। এই নাটখন জিলা পুথিভঁৰাল প্রেক্ষাগৃহত সন্ধিয়া ৬-০০ বজাত মঞ্চস্থ কৰা হ'ব।নাটক খনৰ নাট্যৰূপ দিলীপ ফুকনৰ ,পৰিচালনা  নাট শাখাৰ। এই  নাট্য সন্ধ্যালৈ সকলোৰে উপস্থিতি কামনা কৰিছেসাংস্কৃতিক পৰিক্রমা অসমৰ সঞ্চালক

মিনাক্ষী দাস নাথে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here