নুনমাটি - খাৰঘুলি পথৰ মাজৰ ডিভাইদাৰত গছপুলি ৰোপণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 26 July 2022

নুনমাটি - খাৰঘুলি পথৰ মাজৰ ডিভাইদাৰত গছপুলি ৰোপণ

 

W7s news


গুৱাহাটী : অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পা ণৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু পৰিবেশ সংৰক্ষণৰ বাবে ৰাজহুৱা স্থান , মুকলি স্থান সমূহত পৰ্যাপ্ত সংখ্যক গছপুলি ৰোপণ কৰিবলৈ বন বিভাগক নিৰ্দেশ দিছে । আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বিগত দিনকেইটাত বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ গুৱাহাটী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে বিগত সময়চোৱাত খণ্ড বন বিষয়া কাৰ্যালয় সমূহৰ জৰিয়তে শিক্ষানুষ্ঠান চৌহদ আৰু ৰাজহুৱা স্থান সমূহত বনকর্মীৰ সহায়ত গছপুলি টোপনি কৰি আহিছে । তেনেদৰে ২৪ জুলাইত নাৰেংগী খণ্ড বন বিষয়া অসীম দাসৰ নেতৃত্বত এটা বনকর্মীৰ দলে নতুনকৈ নিৰ্মাণ কৰা নুনমাটি - খাৰঘুলি পথৰ মাজত থকা ডিভাইদাৰত ৮০ টা ওষধী গছৰ পুলি ৰোপণ কৰে । বিশেষকৈ  পথছোৱাৰ নেপালী চকৰ পৰা গোপাল নগৰ সংযোগী প্ৰায় ডেৰ কিঃমিঃ দূৰত্বৰ অংশখিনীত গছপুলি সমুহ ৰোপণ কৰা হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here