চানভেলি ডায়েবেটিক কেয়াৰ এণ্ড ৰিচাৰ্ছ চেণ্টাৰ তথা চানভেলি হাস্পতালৰ ঊনবিংশতিতম প্রতিষ্ঠা দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 July 2022

চানভেলি ডায়েবেটিক কেয়াৰ এণ্ড ৰিচাৰ্ছ চেণ্টাৰ তথা চানভেলি হাস্পতালৰ ঊনবিংশতিতম প্রতিষ্ঠা দিৱস পালন

 


W7s news গুৱাহাটী: উত্তৰ পুৰ্ব্বাঞ্চলৰ ডায়েবেটিক ৰোগীৰ প্ৰথমখন চিকৎসালয় গুৱাহাটীৰ মথুৰা নগৰস্থিত চানভেলি ডায়েবেটিক কেয়াৰ এণ্ড ৰিচাৰ্ছ চেণ্টাৰ তথা চানভেলি হাস্পটেলত ঊনবিংশতিতম প্রতিষ্ঠা দিৱস বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু। পুৱা প্ৰৰ্থনা সভাৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসত বিনামুলীয়া স্বাস্থ্য শিবিৰত  ৫২ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।

চানভেলি ডায়েবেটিক কেয়াৰ এণ্ড ৰিচাৰ্ছ চেণ্টাৰ তথা চানভেলি হাস্পতালৰ পৰিচালন সঞ্চালক  অভয় চন্দ্ৰ হাজৰিকাই কয়- ডা: সুধীৰ কুমাৰ জৈনৰ যাদুকৰী হাতৰ পৰশত আমাৰ এই কেন্দ্ৰত হাজাৰৰো অধিক ডায়েবেটিক ৰোগীৰ ভৰিত হোৱা ঘা' আৰু বিভিন্ন আঘাতৰ চিকিৎসা সেৱা চলি আছে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here