বিজিয়েতাৰ মে'কআপ পাঠ্যক্ৰম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 7 July 2022

বিজিয়েতাৰ মে'কআপ পাঠ্যক্ৰম

 


W7s news গুৱাহাটী: অসমৰ প্ৰসিদ্ধ মে'কআপ আৰ্টিষ্ট বিজিয়েতা পাটগিৰিয়ে আৰম্ভ কৰিছে মে'কআপৰ বিভিন্ন পাঠ্যক্ৰম। গুৱাহাটীৰ ৰাজগড়ৰ ২ নং উপপথৰ বিপৰীতে অৱস্থিত অপৰ্ণা কমপ্লেক্সত থকা বি এণ্ড ডি কস্মেটিক্স মে'কআপ একাডেমী এণ্ড ষ্টুডিঅ'ত এই পাঠ্যক্ৰম সমূহৰ পাঠদান চলি আছে। ইয়াত ১০ দিনীয়া মে'কআপ মাষ্টাৰ ক্লাছ, ১৫ দিনীয়া এড্ভান্স  মে'কআপ ক্লাছ, ১০ দিনীয়া মাষ্টাৰ মে'কআপ ক্লাছ, বিভিন্ন হেয়াৰষ্টাইল, ছেল্ফ মে'কআপ, পাৰ্টী মে'কআপ, শাৰী ড্ৰেপিং আদিৰ পাঠদান দিয়া হয়। সবিশেষ জানিবৰ বাবে ইচ্ছুক শিক্ষাৰ্থী সকলে ৮৪৫২০৫৫১৯২ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here