গুৱাহাটী প্ৰেছ ক্লাৱত 'বাৱৰা মন' শীর্ষক গীতৰ ভিডিঅ' মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 10 July 2022

গুৱাহাটী প্ৰেছ ক্লাৱত 'বাৱৰা মন' শীর্ষক গীতৰ ভিডিঅ' মুকলি

 



W7s news গুৱাহাটী : গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে এটা হিন্দী গীতৰ এলবাম 'বাৱৰা মন' মুকলি কৰা হয়। কুসুম প্ৰডাকচনৰ বেনাৰত  মুকলি কৰা এলবামটো মুকলি কৰে ৰেড এফ এমৰ আৰ জে  কুলদ্বীপ, অভিনেতা নিৰুপম শইকীয়া, সংগীত পৰিচালক বিজয় শংকৰ, গীতৰ কথা পাপলু চেতিয়া আৰু প্ৰীতি প্রিয়দর্শিনী, ডি অ' পি  পিংকল দাসে। উপস্থিত বিশিষ্ট ব্যক্তি সকলে এই গীতটো সকলোৱে আদৰি লব বুলি আশা প্ৰকাশ কৰে।চিকিৎসক গৌৰৱ আগৰ ৱালাই কন্ঠ দিয়া গীতটোৰ  ভিডিঅ' ত নিৰুপম শইকীয়া আৰু অলিস্মিতা গোস্বামীয়ে অভিনয় কৰিছে। সংগীতেৰে সজাইছে বিজয় শংকৰে, গীতৰ কথা পাপলু চেতিয়া আৰু প্ৰীতি প্রিয়দর্শিনীৰ, মিস্ক্স আৰু মাষ্টাৰ কৌস্তুৱ শইকীয়াৰ, ভিডিঅ' পৰিচালনা অম্লান জ্যোতি ৰাজখোৱাৰ, পোষ্টাৰ ডিজাইন  ঋতুপৰ্ণ বৰাৰ, ডি অ' পি  পিংকল দাস, অম্লান জ্যোতি ৰাজখোৱাৰ আৰু সম্পাদনা অম্লান জ্যোতি ৰাজখোৱাৰ ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here