ছীজন ১৩ৰ সৈতে উভতি আহিছে বহু প্ৰতীক্ষিত গীতৰ ৰিয়েলিটি শ্ব' ইণ্ডিয়ান আইডল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 12 July 2022

ছীজন ১৩ৰ সৈতে উভতি আহিছে বহু প্ৰতীক্ষিত গীতৰ ৰিয়েলিটি শ্ব' ইণ্ডিয়ান আইডল

 



গুৱাহাটীত অনুষ্ঠিত অডিচনত অংশগ্ৰহণকাৰীৰ ভিৰ





W7s news গুৱাহাটী: ছ’নি এণ্টাৰটেইনমেণ্ট টেলিভিছনত অতি শীঘ্ৰে সম্প্ৰচাৰিত হ'বলগীয়া বহু প্ৰতীক্ষিত গীতৰ ৰিয়েলিটি শ্ব' ইণ্ডিয়ান আইডলৰ অডিচন আজি গুৱাহাটীত অনুষ্ঠিত হয়। গুৱাহাটীৰ ডন বস্কো ইনষ্টিটিউট, ডন বস্কো ইনষ্টিটিউট অৱ মেনেজমেণ্ট জয়পুৰ, খাৰঘুলীত পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা অডিচন ৰাউণ্ডত  অনুষ্ঠানস্থলীত প্ৰায়  ৫৫০ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। ইণ্ডিয়ান আইডল হৈছে এক এনে অনুষ্ঠান যি সংগীতৰ ক্ষেত্ৰখনৰ কেঁচা প্ৰতিভাক চিনাক্ত কৰে আৰু এক ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰি আৰু তেওঁলোকক তাৰকা কৰি তোলে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here