সকলো বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 16 June 2022

সকলো বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ

 



w7s news গুৱাহাটী: কামৰূপ (ম) জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান (চৰকাৰী আৰু ব্যক্তিগত)  শুকুৰবাৰে বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই । অৱশ্যে ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ চলি থাকিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here