বৃহত্তৰ উলুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ উদ্যোগত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১৩২ সংখ্যক জন্ম বার্ষিকী পালন আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 6 June 2022

বৃহত্তৰ উলুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ উদ্যোগত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১৩২ সংখ্যক জন্ম বার্ষিকী পালন আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ

 

W7s news ষ্টাফৰিপোৰ্টাৰ: বৃহত্তৰ উলুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ উদ্যোগত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১৩২ সংখ্যক জন্ম বার্ষিকী উপলক্ষে সোমবাৰে উলুবাৰী মহাদেৱ মন্দিৰ প্ৰাঙ্গনত পুৱাৰ ভাগত  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

এই কাৰ্যসূচীত নেমকয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱা, বৃহত্তৰ উলুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ সভাপতি বলিন বৰদলৈ, সাধাৰণ সম্পাদক ইমৰাণ আলী আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই উপলক্ষে উপস্থিত বিশিষ্ট ব্যক্তি সকলে 

ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ  

প্ৰ


তিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে। এই অনুষ্ঠানত লাচিত নগৰ মহিলা সমিতি আৰু কস্তুৰবা আশ্ৰমৰ সেৱিকা সকলে নাম-কীৰ্ত্তন পৰিবেশন কৰে।  এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ‘নেম কেয়াৰ হাস্পতাল’ৰ সহযোগত এটা বিনামূলীয়া স্বাস্থ্য (মধুমেহ) পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হ'য়। এই শিবিৰত বহু সংখ্যক লোকে স্বাস্থ্য পৰীক্ষা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here