যন্ত্ৰ চালিত শালত বোৱা মেখেলা চাদৰ জব্দ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 21 June 2022

যন্ত্ৰ চালিত শালত বোৱা মেখেলা চাদৰ জব্দ

 



W7s news ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী পাণবজাৰ থানত দাখিল হোৱা এফ. আয়. আৰ. মৰ্মে মঙলবাৰে থানা কৰ্তিপক্ষই অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়া সকলৰ সহযোগত পাণবজাৰ আৰু ফাঁচী বজাৰ এলেকাত ৮ খন দোকানত অভিযান চলায় l থানা খনৰ পৰিদৰ্শক  প্ৰনব ডেকাৰ নেতৃত্বত চলা অভিযানত কুমাৰ চিল্ক, আন্তিৰ দোকান, হীৰা কালেকচন, কিৰণ চিল্ক আদি দোকান সমূহ পৰিদৰ্শন কৰি সন্দেহ জনক যন্ত্ৰ চালিত তাত শালত বোৱা মেখেলা চাদৰ থানাৰ বিষয়াই জব্দ কৰে l জব্দ হোৱা কাপোৰ সমূহ হস্তঁতাত সংৰক্ষণ আইন, ১৯৮৫ মৰ্মে পৰবৰ্ত্তী পদক্ষেপ গ্ৰহণ কৰা হব বুলি জানিবলৈ দিছে l অভিযানত সহযোগ কৰা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়া সকল হ'ল ক্ৰমে উপ সঞ্চালক জয়ন্ত দেৱ শৰ্মা, মুখ্য বস্ত্ৰশিল্প বিষয়া ৰীতা দেবী, কামৰূপ জিলাৰ সহকাৰী সঞ্চালক নিশি কান্ত শৰ্মা, পৰিদৰ্শক চন্দন বৰা, প্ৰতুল দাস, মৃগাংক শইকীয়া, মস্মিনা বেগম আৰু পাৰুল বেজ ভৰালী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here