পেন্সনৰ ধনেৰে অভিনেত্ৰী পুৰ্ণিমা পাঠক শইকীয়াৰ সহায়ৰ হাত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 22 June 2022

পেন্সনৰ ধনেৰে অভিনেত্ৰী পুৰ্ণিমা পাঠক শইকীয়াৰ সহায়ৰ হাত

 





W7s news ষ্টাফৰিপোৰ্টাৰ: 

বিশিষ্ট অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়াই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম দখল কৰা প্ৰাণজিত বৰদলৈক বিদ্যালয়লৈ নিজৰ  দহ হাজাৰ টকাৰ অনুদান আগবঢ়ায়। ছিপাঝাৰৰ নগাঁও আঞ্চলিক হাইস্কুলখন দুমিনীচকী হৈ খটৰা সত্ৰ পাৰ হৈ তিনি কিলোমিটাৰ দূৰত অৱস্থিত। তেওঁ পেন্সনৰ ধনৰ পৰা এই অনুদান আগবঢ়ায়। অভিনেত্ৰী পুৰ্ণিমা পাঠক শইকীয়াৰ মহানুভৱতাক বিদ্যালয় খনৰ উপস্থিত শিক্ষক সকলে  শলাগে। অভিনেত্ৰী পুৰ্ণিমা পাঠক শইকীয়াই লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান প্ৰাপ্ত  নেহা উপাধ্যায় আৰু ছাহিল হুছেইনলৈ দহ হাজাৰ টকাৰ চেক পঠিয়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here