গুৱাহাটী পৌৰ নিগমৰ সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 1 June 2022

গুৱাহাটী পৌৰ নিগমৰ সভা

 



লক্ষ্মীনাথ বেজবৰুৱা চ'কত পুনৰ কাৰ্যক্ষম পানীৰ ফোৱাৰা



W7s news ষ্টাফৰিপোৰ্টাৰ:  গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই বুধবাৰে গুৱাহাটীৰ লক্ষ্মীনাথ বেজবৰুৱা চ'কত এখন সভাৰ আয়োজন কৰে। নিগমে গুৱাহাটী খনক স্বচ্ছ, সেউজ আৰু সুন্দৰৰূপে গঢ়ি তুলিবলৈ নানা প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ অংশ হিচাপে তথা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ আহ্বান মৰ্মে লক্ষ্মীনাথ বেজবৰুৱা চ'কত থকা  পানীৰ ফোৱাৰা পুনৰ কাৰ্যক্ষম কৰি তোলে। মেয়ৰ মৃগেন শৰণীয়াই এই কাৰ্যসূচী মুকলি কৰে।গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেবাসীস শৰ্মাi আঁত ধৰা সভা খনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰদ্যুত কুমাৰ চৌধুৰীৰ,সভাত ডেপুটি মেয়ৰ স্মিতা ৰয়, কিছু সংখ্যক পাৰিষদৰ লগতে অন্যান্য কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষ ক উপস্থিত ৰাইজে এই পদক্ষেপৰ বাবে ধন্যবাদ জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here