বেংক বিষয়া বি কে উপাধ্যায়ৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 1 June 2022

বেংক বিষয়া বি কে উপাধ্যায়ৰ মৃত্যু

 




W7s news ষ্টাফৰিপোৰ্টাৰ: ভাৰতীয় ষ্টেট বেংকৰ বিষয়া বি কে উপাধ্যায়ৰ বুধবাৰে গুৱাহাটীৰ এখন হাস্পতালত মৃত্যু হয়। তেওঁ দীৰ্ঘদিন অসুস্থ হৈ আছিল। তেওঁ এছ বি আইৰ বমডিলাৰ শাখা প্ৰবন্ধক হিচাপে সুচাৰুৰূপে দায়িত্ব পালন কৰিছিল। বুধবাৰে পৰিয়ালৰ লোক আৰু গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষ কৃত‍্য সম্পন্ন কৰা হয়। তেওঁ বিভিন্ন সামাজিক কামৰ সৈতেও জড়িত আছিল। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে এছ বি আই পেন্সনাৰ্চ এছ'চিয়েচনৰ  সভাপতি আনন্দ বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক ভূপেন কলিতাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here