W7s news গুৱাহাটী: ফ্রান্সত অনুষ্ঠিত 'কাঁ ফিল্ম ফেষ্টিভেল'ত উজলিল অসমৰ পাট কাপোৰ। অসমৰ জনপ্ৰিয় ডিজাইনাৰ সংযুক্তা দত্তৰ ডিজাইনেৰে অসমৰ পাট কাপোৰ জিলিকিবলৈ সক্ষম হৈছে আন্তঃৰাষ্ট্ৰীয় কাঁ ফিল্ম ফেষ্টিভেলত। যুক্তৰাজ্য (ইউনাইটেড কিংদম) ৰ টপ মডেল ইনগ্ৰিদাক ৰেড কার্পেটত পিন্ধিবলৈ সংযুক্তা দত্তই মালবেৰী ৰেচমেৰে তৈয়াৰ কৰি বিশ্বৰ আগত উজলালে অসমৰ ৰেচম কাপোৰক।
#cannesfilmfestival 2022 #topmodel #assamsilk #assampride
No comments:
Post a Comment