আম আদমি পাৰ্টীৰ বান সাহাৰ্য্য শিবিৰলৈ যোৱা গাড়ীৰ ফ্লেগ অফ কৰে ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 20 May 2022

আম আদমি পাৰ্টীৰ বান সাহাৰ্য্য শিবিৰলৈ যোৱা গাড়ীৰ ফ্লেগ অফ কৰে ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে

 



W7s news গুৱাহাটী': সমগ্ৰ অৰবিন্দ কেজৰিৱালৰ নিৰ্দেশ মৰ্মে আম আদমি পার্টী অসমৰ স্বেচ্ছাসেৱক সকলে বৰ্ণাত‍্য সকলক সহায় সহযোগ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। সেয়েহে বিগত দুদিনৰ পৰা আপ অসমৰ স্বেচ্ছাসেৱক সকল ব্যস্ত হৈ পৰিছে বান সাহায্য শিবিৰৰ বাবে। শুকুৰবাৰে আবেলি ৩ বজাত নগাঁও আৰু হোজাইলৈ বান সাহাৰ্য্য শিবিৰলৈ যোৱা দুখন গাড়ীৰ ফ্লেগ অফ কৰে ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে। বানৰ কবলত পৰা বন্যার্ভসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে সকলো ব্যৱস্হা গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰ তথা জিলা দুখনৰ প্ৰশাসনক তেওঁ আহ্বান জনায়। আপৰ গণেশগুৰিস্হিত ৰাজ্যিক কার্যালয়ৰ সন্মুখত বান সাহায্য শিবিৰলৈ যোৱা দুখন গাড়ীৰ ফ্লেগ অফ কৰাৰ সময়ত সঞ্জয় সিং ক সহযোগ কৰে আপ অসমৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক  ৰাজেশ শৰ্মাৰ লগতে আপ অসমৰ ৰাজ্যিক সমন্বয়ক ডা° ভৱেন চৌধুৰীয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here