শ্ৰীমন্ত শঙ্কৰ কৃষ্টি বিকাশ সমিতিৰ প্ৰতিষ্ঠা দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 16 May 2022

শ্ৰীমন্ত শঙ্কৰ কৃষ্টি বিকাশ সমিতিৰ প্ৰতিষ্ঠা দিৱস

 


W7s news ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰ কৃষ্টি বিকাশ সমিতিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সোমবাৰে বার্ষিক পালনামৰ আয়োজন কৰা হয়। সমিতিৰ পল্টন বজাৰস্থিৰ শঙ্কৰ-মাধৱ ক্ষেত্রত পৱিত্ৰ বুদ্ধ পূর্ণিমাৰ দিনা বৰঙাজুলি সত্ৰৰ শাখা বালিসিটা সত্ৰৰ ভকতবৃন্দই অংশ গ্রহণ কৰা পালনাম ভাগি দুব্ৰু বড়োবে  নামাচার্য হিচাপে পালনামভাগ পৰিচালনা কৰে। এই উপলক্ষে বালিসিটা সত্ৰৰ বহুসংখ্যক ভক্ত বৃন্দৰ লগতে কৃষ্টি বিকাশ সমিতিৰ 

উপদেষ্টা মণ্ডলীৰ হৈ লক্ষেশ্বৰ দেৱ অধিকাৰী,

সভাপতি ধীৰেশ নাৰায়ণ চৌধুৰী (অৱসৰপ্ৰাপ্ত ন্যায়াধীশ), প্রধান সম্পাদক দীনেশ চন্দ্র দত্ত,

কোষাধ্যক্ষ দীপক কুমাৰ গোস্বামী, সম্পাদক পৰেশ চন্দ্র দাস,সম্পাদক ৰেণু দত্তবৰুৱা, সহঃ সম্পাদক :

অমৰেন্দ্ৰ চৌধুৰী, ৰাঘবেন্দ্ৰ নাৰায়ণ দত্তবৰুৱা,মূখ্য পাঠকনী অনিমা কাকতি, জিতেন মহন্ত, তৰুণ বৰা, দেৱযানী মহন্ত আদি উপস্থিত থাকে। মঙলবাৰে মহাপুৰুষ শ্রীশ্রীমাধৱদেৱৰ ৫৩৩ সংখ্যক আবির্ভাব দিবস পালন কৰা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here