বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লাভলীনা বৰগোঁহাইৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 14 May 2022

বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লাভলীনা বৰগোঁহাইৰ

 



W7s news নিউজ ডেস্ক: বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় ললে লাভলীনা বৰগোঁহাইয়ে।২০২১ চনৰ টকিঅ' অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোঁহাই তুৰস্কৰ ইষ্টানবুলত চলি থকা IBA বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছে। IBA স্বীকৃতি প্ৰাপ্ত Fair Chance Team (FCT) ৰ খেলুৱৈ কিনডি নাগামবা ডিজেনকেউৰ হাতত ৪-১ পইন্টত পৰাস্ত হয় লাভলীনা বৰগোঁহাই।উ


ল্লেখ্য, লাভলীনা বৰগোঁহাই পৰাস্ত হৈছে যদিও এতিয়াও আই বি এ  বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত বৰ্তী আছে অসমৰ আন গৰাকী সফল মহিলা বক্সাৰ অংকুশিতা বড়ো।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here