নামঘৰীয়া বীৰেন পাঠকৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 30 May 2022

নামঘৰীয়া বীৰেন পাঠকৰ মৃত্যু


 



W7s news ষ্টাফৰিপোৰ্টাৰ':  মহানগৰীৰ  আমবাৰীস্থিত গোপালকৃষ্ণ মহিলা নামঘৰৰ নামঘৰীয়া বীৰেন পাঠকৰ  শাৰিৰীক অসুস্থতাৰ বাবে দেওবাৰে সন্ধিয়া ৫.৩০ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। তেওঁ গোপালকৃষ্ণ নামঘৰত বিগত ৩০ বছৰে ধৰ্মীয় সেৱা আগবঢ়াই আছিল। তেওঁৰ মৃত্যুত নামঘৰৰ সদস্য সকলৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে। তেওঁৰ জন্ম স্থান ধূপধৰা অঞ্চলৰ যোগী পাৰাতো শোকৰ ছাঁ পৰিছে । সোমবাৰে পুৱা  ধৰ্মীয় নীতি নিয়মেৰে শোকাকুল পৰিবেশত তেওঁৰ অন্ত্যেষ্টিক্রিয়া ধূপধৰাত সম্পন্ন কৰা হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here