বনফ্ৰেছ এথেনিক হা'ব মুকলি - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Thursday, 5 May 2022

demo-image

বনফ্ৰেছ এথেনিক হা'ব মুকলি

Responsive Ads Here

 

IMG-20220505-WA0042

IMG-20220505-WA0019


W7s news ষ্টাফৰিপোৰ্টাৰ': অসম কৃষি সঞ্চালকাল়ৰ যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকাই বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ মহাপুৰুষ মাধদেৱ পথত 'বনফ্ৰেছ এথেনিক হা'ব নামেৰে চাহৰ এক প্ৰতিষ্ঠান মুকলি কৰে।অসম প্ৰাকৃতিক সম্পদত অতি চহকী।অসমত উৎপাদিত সামগ্ৰীৰ গুণাগুণ লেখত লবলগীয়া।  এই উদ্দেশ্যে অসমত উৎপাদিত সামগ্ৰীৰ এখন উন্নত মানৰ বজাৰ সৃষ্টি কৰিবলৈ অহৰহ কাম কৰি অহা  বনফ্ৰেছে ২০১৬ চনৰে পৰা  অসম, মেঘালয়, গোৱাত ক্ৰেতাৰ পৰা ভাল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। চাহৰ লগতে অসমৰ থলুৱা চাউল, থলুৱা জা-জলপান, বিভিন্ন আচাৰ এই বিপণী খনত খোৱাৰ লগতে  ক্ৰয় কৰিব পাৰিব। লগতে ক্ষুদ্ৰ ব্যৱসায়িক গোট বোৰক তেওঁলোকৰ থলুৱা উৎপাদিত সামগ্ৰী সমূহ বিক্ৰীৰ সুব্যৱস্থা  কৰিছে বুলি বনফ্ৰেছ এথেনিক হা'ব ৰ স্বত্বাধিকাৰী বনশ্ৰী বৈশ্যই জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *