গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত চিকিৎসা শিৱৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 19 May 2022

গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত চিকিৎসা শিৱৰ

 




W7s news গুৱাহাটী': গুৱাহাটী প্ৰেছ  ক্লাৱৰ উদ্যোগত আৰু গুৱাহাটী মেট্ৰ' হাস্পতালৰ  এডভাঞ্চ হাৰ্ট কেয়াৰ চেণ্টাৰৰ সহযোগত বৃহস্পতি বাৰে এক চিকিৎসা শিৱৰৰ আয়োজন কৰা হয়। সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ বাবে আয়োজন কৰা এই শিবিৰত প্ৰায় শতাধিক সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই বিনামূলীয়াকৈ ই চি জি, বাল্ড চুগাৰ আৰু ৰক্তচাপ পৰীক্ষা কৰে। এই শিবিৰত হৃদৰোগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ চন্দ্ৰ কুমাৰ দাস আৰু ডাঃ মেহজাবিন আহমেদৰ লগতে হাস্পতালখনৰ লগতে জড়িত বিষয়া দেৱাশিষ দত্ত উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here