পথ দুৰ্ঘটনাত অষ্ট্ৰেলিয়াৰ প্রাক্তন ক্রিকেটাৰ এণ্ডিউ ছাইমণ্ডছৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 15 May 2022

পথ দুৰ্ঘটনাত অষ্ট্ৰেলিয়াৰ প্রাক্তন ক্রিকেটাৰ এণ্ডিউ ছাইমণ্ডছৰ মৃত্যু

 





W7s news নিউজ ডেস্ক:  অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্রিকেটাৰ এণ্ডিউ ছাইমণ্ডছৰ মৃত্যু

পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে। ছাইমণ্ডছ কুইন্সলেণ্ডত পথ দুৰ্ঘটনাত পতিত হৈছিল। তাৰকাগৰাকীৰ মৃত্যুৰ সময়ত  বয়স আছিল ৪৬ বছৰ।ছাইমণ্ডছৰ মৃত্যুত সমগ্ৰ বিশ্বৰ ক্ৰীড়া জগতত শোকৰ ছাঁ  পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here