পূব-গুৱাহাটী বিহু সন্মিলনৰ ৬১ সংখ্যক সমাৰোহ, ২০২২ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 14 April 2022

পূব-গুৱাহাটী বিহু সন্মিলনৰ ৬১ সংখ্যক সমাৰোহ, ২০২২ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী

 




W7s news গুৱাহাটী: ১৪-০৪-2022 (বৃহস্পতিবাৰ)


ৰাতিপুৱা ৯.০০ বজাৰ পতাকা উত্তোলন কাৰ্যসূচী–


১। শ্রীময়ী অসমী (সমৱেত সংগীত) – পূব-গুৱাহাটী সংগীত মহাবিদ্যালয়


২। বিহু হুঁচৰি – দাক্ষায়িণী সাংস্কৃতিক গোষ্ঠী


৩। বড়ো নৃত্য


৪। কাৰ্বি নৃত্য


৫। ঝুমুৰ নৃত্য


৬। কৰ্মশালাৰ প্ৰশিক্ষণপ্রাপ্ত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিহু নৃত্য


৭। সমাপ্ত


সন্ধিয়াৰ কাৰ্যসূচী—


সন্ধিয়া ৫.৩০ বজাত ঃ মঞ্চ উদ্বোধনী অনুষ্ঠান।


সন্ধিয়া ৬.০০ বজাত ঃ সমৱেত সঙ্গীত - পূব-গুৱাহাটী বিহু সন্মিলন, চানমাৰি।


সন্ধিয়া ৬.১৫ বজাত বিহু হুঁচৰি, ৰূপজ্যোতি সংঘ


সন্ধিয়া ৬.৩৫ বজাত : নৱাগত শিল্পীৰ গীতৰ শৰাই


সন্ধিয়া ৭.০০ বজাত : বড়ো নৃত্য


সন্ধিয়া ৭.২০ বজাত : আধুনিক গীতৰ শৰাই, ময়ূখ হাজৰিকা


নিশা ৮:০০ বজাত : শ্রেষ্ঠ হুঁচৰি বিহু দল, অসম বিহুৱা আৰু শ্ৰেষ্ঠা নাচনী প্রতিযোগিতা


নিশা ১২.০০ বজাত : সামৰণি


১৫-০৪-২০২২ (শুকুৰবাৰ)


সন্ধিয়া ৫.৩০ বজাত : সমৱেত সংগীত— পূব-গুৱাহাটী বিহু সন্মিলন, চানমাৰি


সন্ধিয়া ৫.৪৫ বজাত : বিহু হুঁচৰি— বৰ এলেঙি সত্ৰ, সাংস্কৃতিক কেন্দ্ৰ, তিতাবৰ।


সন্ধিয়া ৬.০৫ বজাত : ‘এৰাবাটৰ সুৰ’— শাস্তা উজীৰ, সন্ধ্যা মেনন, নমিতা ভট্টাচাৰ্য্য। 

সন্ধিয়া ৭.১০ বজাত ঃ নৃত্য (কাৰ্বি) বীৰকুচি সিৰথেৰে কাৰ্বি কৃষ্টি সংঘ


সন্ধিয়া ৭.২০ বজাত : বঁটা বিতৰণ


সন্ধিয়া ৭.৫০ বজাত ঃ ঝুমুৰ নৃত্য— কুকুৰীয়া চাহ জনজাতীয় নৃত্য


নিশা ৮.০৫ বজাত ঃ আধুনিক গীতৰ শৰাই, নিশাৰাণী হালৈ


নিশা ৮.০৫ বজাত : বিহু প্রতিযোগিতা-অসম বিহুৱতী শ্রেষ্ঠ ঢুলীয়া, শ্রেষ্ঠ পেঁপাবাদন




১৬-০৪-২০২২ (শনিবাৰ)


সন্ধিয়া ৫.৩০ বজাত : বিহু হুঁচৰি- ৪ৰ্থ অসম আৰক্ষী বাহিনী


সন্ধিয়া ৬.০০ বজাত : সমৱেত সঙ্গীত — পূব-গুৱাহাটী, সঙ্গীত মহাবিদ্যালয়।


সন্ধিয়া ৬.১৫ বজাত : সত্ৰীয়া নৃত্য


সন্ধিয়া ৬.৩০ বজাত : জনজাতীয় নৃত্য


সন্ধিয়া ৭.০০ বজাত : আধুনিক গীতৰ শৰাই— তৰুলতা কুটুম নিশা ৮.০০ বজাত ঃ বঁটা বিতৰণ


নিশা ৮.৩০ বজাত : বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান — গুৱাহাটী সাংস্কৃতিক গোষ্ঠী


নিশা ৮.৪৫ বজাত ঃ গীতৰ শৰাই —– নেকিব হুছেইন


১৭-০৪-২০২২ (দেওবাৰ)


সন্ধিয়া ৫.৩০ বজাত : বঁটা বিতৰণ চাইকেল মাৰাথন আৰু দৌৰ মাৰাথন।


সন্ধিয়া ৬.০৫ বজাত : বিহু হুঁচৰি— দাক্ষায়িনী সংস্কৃতিক গোষ্ঠী


সন্ধিয়া ৬.৩৫ বজাত : ৰাভা নৃত্য


সন্ধিয়া ৬.৫০ বজাত : আধুনিক গীত — মণ্টুমণি শইকীয়া


সন্ধিয়া ৭.৪০ বজাত : নাটক— পূব-গুৱাহাটী বিহু সন্মিলন


নিশা ৮.০০ বজাত : গীতৰ শৰাই — ৰূপালী কাশ্যপ


বিঃ দ্রঃ— পৰিস্থিতি সাপেক্ষে অনুষ্ঠানৰ কাৰ্যসূচী আৰু সময় সাল-সলনি হ'ব পাৰে।


নৱ কুমাৰ মজুমদাৰ


সভাপতি

(সাংস্কৃতিক বিভাগ)


ৰাজেন বড়ো, নেছাউদ্দিন আহমেদ


সম্পাদকদ্বয়


(সাংস্কৃতিক বিভাগ)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here