'বাটেলী টি শ্ব'প মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 14 April 2022

'বাটেলী টি শ্ব'প মুকলি






W7s News ষ্টাফৰিপোৰ্টাৰ: ৰঙালী বিহুৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে গুৱাহাটীৰ  মা দুৰ্গা কমপ্লেক্সত মুকলি কৰা হ'ল 'বাটেলী টি শ্বপ'। 

এই সম্পৰ্কে বাটেলী চাহ কোম্পানী লিমিটেডৰ গুৱাহাটী কাৰ্যালয়ৰ মুৰব্বী নিতা তিৱাৰীয়ে কয়-

বাটেলী চাহপাত কোম্পানী অসমৰ সকলোতকৈ পুৰণি চাহপাত কোম্পানী। আমি ১০০ বছৰতকৈও অধিক বছৰৰ পৰা এই কোম্পানীটো পৰিচালনা কৰি আছো। ১৯১৯ ৰ পৰা আমি সকলোতকৈ ভৰষাশীল অসমৰ নিৰ্মাতা হৈ আছো। ১৯১৯ চনত ওদালগুৰিৰ 

ওৰাঙত প্ৰয়াত মতিলাল ডালমিয়াই আৰম্ভ কৰা এই কোম্পানীৰ বৰ্তমানৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ দায়িত্বত আছে গিৰিধৰ গোপাল ডালমিয়া। এই চাহপাত অসমৰ গাখীৰ চাহ প্ৰিয় সকলৰ প্ৰথম পছন্দ হয়। আমি অসমৰ লগতে ইউ.পি., এম.পি., কর্ণাটক আৰু ঝাৰখণ্ড আদি ৰাজ্যত বাটেলী চাহপাতৰ লগতে পেকেট চাহপাতৰ ব্যৱসায় কৰি আছো। উপভোক্তাক প্রত্যক্ষভাৱে পঠাবৰ কাৰণে আমি আমাৰ নিজৰ ৰাজ্যতে ৰিটেইল চাহপাতৰ দোকান খুলিছো। য'ত উপভোক্তাই শুদ্ধ বাগানৰ অসমৰ চাহপাতু কিনিব পাৰে, এই দোকান উপভোক্তাক উন্নতম অসমৰ চাহপাত কিনিব সহায় কৰে, কাৰণ বাটেলী ভাৰতীয় চাহ প্ৰেমী সকলৰ ভৰষাশীল আৰু মৰমীয়াল সোৱাদ হয়। আৰু অতি সোনকালে আমি চাহ প্ৰেমীসকলৰ কাৰণে ইলাচী, নেমু, তুলসী ভিন্ন প্ৰকাৰৰ সোৱাদ থকা চাহপাত উপহাৰ দিয়া হ'ব।' অনুষ্ঠানত 

বাটেলী চাহপাত কোম্পানীৰ মাৰ্কেটিং হেড ৰমেন সিন্ হাৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here