গুৱাহাটী পৌৰ নিগম নিৰ্বাচন, ২০২২ ৱাৰ্ড আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ বিষয়ে জানিবলৈ মুকলি কৰা হ’ল যোগাযোগ নম্বৰ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 19 April 2022

demo-image

গুৱাহাটী পৌৰ নিগম নিৰ্বাচন, ২০২২ ৱাৰ্ড আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ বিষয়ে জানিবলৈ মুকলি কৰা হ’ল যোগাযোগ নম্বৰ

Responsive Ads Here

 

                       


W7s news ষ্টাফৰিপোৰ্টাৰ:  সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটাৰ ৰাইজৰ সুবিধাৰ্থে নিজৰ ভোট গ্ৰহণ কেন্দ্ৰ তথা ৱাৰ্ডৰ বিষয়ে জানিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে মুকলি কৰিছে যোগাযোগৰ এটি বিশেষ নম্বৰ। পৌৰ নিগম এলেকাৰ যিকোনো ভোটাৰে নিজৰ ভোটগ্ৰহণ কেন্দ্ৰ আৰু ৱাৰ্ডৰ নাম জানিব বিচাৰিলে ‘৯৩৬৫৮৬৫১৩৫’ নম্বৰলৈ ফোন অথবা এচ.এম.এছ. কৰিব পাৰিব। ২১ এপ্ৰিললৈ পুৱা ৯.০০ বজাৰ পৰা বিয়লি ৫.০০ বজালৈ আৰু ২২ এপ্ৰিলৰ নিৰ্বাচনৰ দিনা পুৱা ৭.০০ বজাৰ পৰা আবেলি ৪.০০ বজালৈ উক্ত নম্বৰলৈ ফোন বা এচ.এম.এছ কৰিব পাৰিব ভোটাৰ সকলে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *