১৩৪ বিধ সামগ্ৰীৰ কৰ (জি এছ টি) বৃদ্ধি কৰাৰ সিদ্ধান্ত জনবিৰোধী মূল্যবৃদ্ধিকলৈ ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ টুইট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 27 April 2022

১৩৪ বিধ সামগ্ৰীৰ কৰ (জি এছ টি) বৃদ্ধি কৰাৰ সিদ্ধান্ত জনবিৰোধী মূল্যবৃদ্ধিকলৈ ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ টুইট

 



W7s news ষ্টাফৰিপোৰ্টাৰ: বিজেপি চৰকাৰৰ দিনত হোৱা আকাশলংঘী মূল্যবৃদ্ধিকলৈ ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই টুইট কৰিছে। টুইটত তেওঁ  উল্লেখ কৰে খাদ্যবস্তু আৰু অন্যান্য সামগ্ৰীৰ অভাৱনীয় মূল্য‌ই ৰাইজক জুৰুলা কৰাৰ সময়তেই চৰকাৰে ১৩৪ বিধ সামগ্ৰীৰ কৰ (জি এছ টি) বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।ইয়াৰ ফলত সামগ্ৰী সমূহৰ মূল্য পুনৰ বৃদ্ধি হ'ব।ই এক চূড়ান্ত জনবিৰোধী সিদ্ধান্ত।শীঘ্ৰে বাতিল কৰক।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here