৫,৬ আৰু ২২ নং ৱাৰ্ডৰ তিনি বিজেপি বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 5 April 2022

demo-image

৫,৬ আৰু ২২ নং ৱাৰ্ডৰ তিনি বিজেপি বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী

Responsive Ads Here

 

W7s News ষ্টাফৰিপোৰ্টাৰ: আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৫,৬ আৰু ২২ নং ৱাৰ্ডৰ বিজেপি মনোনীত প্ৰাৰ্থী ক্ৰমে সঞ্জয় দাস, সুতাপা সৰকাৰ আৰু স্মিতা ৰয়ে বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে। আটাইলৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ৷

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *