গুৱাহাটী চেৰাজেম থেৰাপী কেন্দ্ৰত বিশেষ অনুষ্ঠান.... - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 21 April 2022

গুৱাহাটী চেৰাজেম থেৰাপী কেন্দ্ৰত বিশেষ অনুষ্ঠান....

 



বিনামূলীয়া থেৰপীৰ জড়িয়তে আৰোগ্য কৰি তুলিলে কেইবা হাজাৰ বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীক।


W7S News: ষ্টাফৰিপোৰ্টৰ: গুৱাহাটী: বেলতলা লখিমী পথত অবস্থিত চেৰাজেম কেন্দ্ৰত আজি উপস্থিত থাকে চেৰাজেমৰ ভাৰতবৰ্ষৰ পৰিচালক কু-চোং-বং।সুদূৰ দহ্মিণ কোৰিয়াৰ পৰা আহি  উপস্থিত হৈ দৈনন্দিন জীৱনৰ লগত খোজ মিলাই কিদৰে আৰোগ্য আৰু সুস্বাস্থ্য হৈ জীৱন নিৰ্বাহ কৰিব পাৰি সেই বিষয়ে বহুতো সু পৰামৰ্শ আগবঢ়ায়। ভাষণ প্ৰসংগত তেখেতে কয় যে বেলতলা চেৰাজেম চেন্টাৰ ভাৰতবৰ্ষৰ ভিতৰতে এটা শ্ৰেষ্ঠ চেন্টাৰ। উল্লেখযোগ্য যে ২০১৪ চনৰ পৰা বেলতলা চেৰাজেম চেন্টাৰে ইয়াৰ থাৰমেল একুপ্ৰেচাৰ থেৰাপীৰ জৰিয়তে হাজাৰ হাজাৰ লোকক উপকৃত কৰি আহিছে। চেৰাজেমৰ সকলোতকৈ ভাল কথাটো হল যে এই থেৰাপী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হয়। এই সুযোগতে বেলতলা কেন্দ্ৰৰ পৰিচালকসকলে সকলো লোককে সুস্বাস্থ্য দিয়াৰ চেৰাজেমৰ এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here