প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাবাসত বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 12 April 2022

প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাবাসত বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাস

 




W7s news ষ্টাফৰিপোৰ্টাৰ: বিশিষ্ট অভিনেত্ৰী 'বেণ্ডিত কুইন খ্যাত' সীমা বিশ্বাসে গুৱাহাটীৰ বেলতলাস্থিত প্ৰমোদ তালুকদাৰ সোঁৱৰণী  বৃদ্ধাবাসত মঙলবাৰে সন্ধিয়া উপস্থিত হৈ ককা আইতাসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ ককা আইতাসকলৰ বাবে সু-স্বাদু আহাৰ বিতৰণ কৰি ককা আইতাসকলৰ মৰমত আপ্লুত হৈ পৰে। বৃদ্ধাবাসৰ তৰফৰ পৰা সীমা বিশ্বাসক এখন ফুলাম গামোচা, এটা ফুলাম জাপি আৰু এথোপাঁ ফুলেৰে ১০৭ বছৰীয়া আবাসী শুভদ্ৰা দেৱীয়ে সম্বৰ্ধনা জনায়। এই অনুষ্ঠানত অভিনেতা কপিল বৰা  উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here