গুৱাহাটীত "হু’নৰ হাট" সন্দৰ্ভত সংবাদমেল সম্বোধন কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ অব্বাছ নকভীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 11 March 2022

গুৱাহাটীত "হু’নৰ হাট" সন্দৰ্ভত সংবাদমেল সম্বোধন কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ অব্বাছ নকভীৰ

 



W7s news গুৱাহাটী :মোদী চৰকাৰখনৰ "এক্ট ইষ্ট পলিচী" য়ে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰিছেঃগুৱাহাটীত "হু’নৰ হাট" সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ অব্বাছ নকভীৰে এইদৰে কয়। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰীয়ে লগতে কয়-মোদী চৰকাৰৰ বিগত প্ৰায় ৮ বছৰীয়া কাৰ্য্যকালত উত্তৰ-পূৰ্বাঞ্চলত যুদ্ধকালীন ক্ষীপ্ৰতাৰে উন্নয়নমূলক কাম-কাজ সম্পন্ন হৈছে।২৮ খনৰোধিক ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰপৰা বৃহৎ সংখ্যক মহিলা শিল্পীসহ প্ৰায় ৭০০ শিল্পী আৰু কাৰিকৰে "হু’নৰ হাট" ত অংশগ্ৰহণ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here